মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
দৰং, ০৬ আগষ্ট (হি.স.)। মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বানপানীত উটি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ। মৃতদেহটো স্থানীয় ৰাইজে খেতি পথাৰত পোত খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে। মৃতদেহটো প্ৰত্য়ক্ষ কৰি মঙলদৈ আৰক্ষীক অবগত কৰে স্থানীয়
মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত অচিনাক্ত মৃতদেহ উদ্ধাৰ


দৰং, ০৬ আগষ্ট (হি.স.)। মঙলদৈ সমষ্টিৰ অন্তৰ্গত বাঁহজানীত অচিনাক্ত মৃতদেহ উদ্ধাৰ।

বানপানীত উটি অহাৰ সন্দেহ স্থানীয় ৰাইজৰ।

মৃতদেহটো স্থানীয় ৰাইজে খেতি পথাৰত পোত খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

মৃতদেহটো প্ৰত্য়ক্ষ কৰি মঙলদৈ আৰক্ষীক অবগত কৰে স্থানীয় ৰাইজে। খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত আৰক্ষী। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো।

বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande