বোকাখাত সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
গোলাঘাট, ০৬ আগষ্ট (হি.স.)। বোকাখাত সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ । বানে বিধস্ত কৰা স্থান সমূহ পৰ্যবেক্ষণ কৰি ৰাইজৰ সৈতে বাৰ্তালাপ স্থানীয় বিধায়ক গৰাকীৰ। বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা পঞ্চায়তৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত বানে ক্ষত
বোকাখাত সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ


গোলাঘাট, ০৬ আগষ্ট (হি.স.)। বোকাখাত সমষ্টিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ । বানে বিধস্ত কৰা স্থান সমূহ পৰ্যবেক্ষণ কৰি ৰাইজৰ সৈতে বাৰ্তালাপ স্থানীয় বিধায়ক গৰাকীৰ। বোকাখাত সমষ্টিৰ উত্তৰ মহুৰা পঞ্চায়তৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত বানে ক্ষতিগ্ৰস্ত কৰিলে মূল পথৰ লগতে শ শ বিঘা কৃষিপথাৰ।

বানৰ পিছত উক্ত সমস্যা সমূহৰ সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ আশ্বাস মন্ত্ৰী গৰাকীৰ। তাৰোপৰি উজনি অসমৰ আটাই কেইখন জিলাতে বানে বিধস্ত কৰা বাট-পথ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ জৰিয়তে শীঘ্ৰেই পুনৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা অতুল বৰাৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande