নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত যুৱতীৰ মৃতদেহ উদ্ধাৰ
গোলাঘাট, ০৬ আগষ্ট (হি.স.)। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত অঘটন। এগৰাকী যুৱতীৰ ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ। উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নুমলীগড় শোধানাগাৰৰ কৰ্মচাৰী ভাৰ্গব সান্দিল্যৰ আবাসত বনকৰা হিচাপে বিগত পাঁচ বছৰে যুৱতী গৰাকী
নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত যুৱতীৰ মৃতদেহ উদ্ধাৰ


গোলাঘাট, ০৬ আগষ্ট (হি.স.)। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলত অঘটন। এগৰাকী যুৱতীৰ ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ। উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নুমলীগড় শোধানাগাৰৰ কৰ্মচাৰী ভাৰ্গব সান্দিল্যৰ আবাসত বনকৰা হিচাপে বিগত পাঁচ বছৰে যুৱতী গৰাকী কৰ্মৰত আছিল। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষা কৰাৰ ব্য়ৱস্থা কৰে।

মৃত যুৱতী গৰাকীক জ্যোতি কেৰকেটা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande