সোণাৰিত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু
চৰাইদেউ, ০৫ আগষ্ট (হি.স.)। বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু। মৃত ব্যক্তিজনৰ নাম মনোজ কুৰ্মী। সোণাৰি শিঙৰীতলীৰ অলকেশ বৰা নামৰ এজন লোকৰ ঘৰৰ কাম কৰি থকা সময়তে বিদ্যুৎপৃষ্ট হয় লোকজন। ঘটনা সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত
সোণাৰিত বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু


চৰাইদেউ, ০৫ আগষ্ট (হি.স.)। বিদ্যুৎপৃষ্ট হৈ এজনৰ মৃত্যু। মৃত ব্যক্তিজনৰ নাম মনোজ কুৰ্মী।

সোণাৰি শিঙৰীতলীৰ অলকেশ বৰা নামৰ এজন লোকৰ ঘৰৰ কাম কৰি থকা সময়তে বিদ্যুৎপৃষ্ট হয় লোকজন।

ঘটনা সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande