জাগীৰোডৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ২৭৪৭ বটল কাফ চিৰাপ, দুজনক আটক
মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীৰ সফল অভিযান। জাগীৰোডৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ২৭৪৭ বটল কাফ চিৰাপ। আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় কাফ চিৰাপ সহ আটক কৰে দীপক ৰাজবংশী আৰু সত্যজিত দাস নামৰ দুজন সৰবৰবৰাহকাৰ
জাগীৰোডৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ২৭৪৭ বটল কাফ চিৰাপ, দুজনক আটক


মৰিগাঁও, ০৫ আগষ্ট (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীৰ সফল অভিযান। জাগীৰোডৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ ২৭৪৭ বটল কাফ চিৰাপ।

আৰক্ষীয়ে নিশ্চিত তথ্যৰ আধাৰত অভিযান চলায় কাফ চিৰাপ সহ আটক কৰে দীপক ৰাজবংশী আৰু সত্যজিত দাস নামৰ দুজন সৰবৰবৰাহকাৰীক।জব্দকৃত কফ চিৰাপ খিনিৰ বজাৰ মুল্য হ'ব প্ৰায় ৩০ লাখ টকা

। দুই সৰবৰাহকাৰীয়ে এ এছ ০১বিটি ৩৩৯৯ নম্বৰৰ ইন’ভা গাড়ীত সৰবৰাহ কৰিছিল নিচাজাতীয় সামগ্ৰীখিনি। ইফালে গাড়ীখনৰ নম্বৰ প্লেটত লিখা গভট অৱ আছাম লিখা আছিল। আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা চলায় আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande