মঙলদৈত নোৱানৈয়ে ভাঙিলে মাথাউৰি
দৰং, ০৫ আগষ্ট (হি.স.)। মঙলদৈত নোৱানৈয়ে ভাঙিলে মাথাউৰি। মঙলদৈৰ ঔতলাৰ বেঙাবৰা গাওঁত চিঙিল নোৱানৈৰ পশ্চিম পাৰৰ মথাউৰি। সমীপৱৰ্তী গাওঁ লৈ সোমাইছে পানী। কালিৰে পৰা হোৱা মুখধাৰ বৰষুণৰ পিছত এই ঘটনা। ইতিমধ্যে নতুনকৈ ৰোৱা ধাননি পথাৰত পুখুৰীৰ বানপ
মঙলদৈত নোৱানৈয়ে ভাঙিলে মাথাউৰি


দৰং, ০৫ আগষ্ট (হি.স.)। মঙলদৈত নোৱানৈয়ে ভাঙিলে মাথাউৰি। মঙলদৈৰ ঔতলাৰ বেঙাবৰা গাওঁত চিঙিল নোৱানৈৰ পশ্চিম পাৰৰ মথাউৰি।

সমীপৱৰ্তী গাওঁ লৈ সোমাইছে পানী।

কালিৰে পৰা হোৱা মুখধাৰ বৰষুণৰ পিছত এই ঘটনা।

ইতিমধ্যে নতুনকৈ ৰোৱা ধাননি পথাৰত

পুখুৰীৰ বানপানীৰ ক্ষতিসাধন

তাৎক্ষণিক ভাবে প্ৰভাৱিত হোৱা গাওঁ সমূহ হল, বেঙাবৰা গাওঁ, মঠঙা, অহকা, অকলিবাৰী গাওঁকে ধৰি 5 খন গাওঁ ।

বৰ্তমান মানুহৰ ঘৰত পানী সোমোৱা নাই। জিলা প্ৰশাসনৰ মানুহ উপস্থিত হৈ পৰিবেশ মোকামিলাৰ চেষ্টা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande