
গোলাঘাট, ০৫ আগষ্ট (হি.স.)। দেৰগাঁও নগৰৰ কৃত্ৰিম বানপানী পৰ্যবেক্ষণ বিধায়ক ড৹ মৃদুল কুমাৰ দত্তৰ ।
কৃত্ৰিম বানত জুৰুলা হৈ পৰা জনসাধাৰণৰ দুখ-দুৰ্দশাৰ বুজ লৈছে বিধায়ক গৰাকীয়ে। দেৰগাঁও পৌৰসভাৰ পৰিকল্পনাহীনতাৰ বাবেই এই বান হোৱাৰ কথা উল্লেখ বিধায়ক গৰাকীৰ। অনাগত দিনত কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস বিধায়ক গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা