নেপালৰ ভয়াৱহ বানত নিখোঁজ নলবাৰীৰ এগৰাকী
নলবাৰী, ২৯ আগষ্ট (হি.স.)। নেপালৰ ভয়াৱহ বানত নিখোঁজ নলবাৰীৰ এগৰাকী৷ নিখোঁজ নলবাৰী অৰৰাৰ অৰুণ মহন্ত৷ কৰ্মসূত্ৰে নেপালত আছিল অৰুণ মহন্ত৷ কৰ্মসূত্ৰে নেপালতে আছিল গাঁৱখনৰ আন ২ গৰাকী ব্যক্তি৷ আন দুগৰাকীৰ সম্ভেদ লাভ কৰিছে পৰিয়ালৰ লোকে৷ পঙ্কজ বৰ্মন আ
নেপালৰ ভয়াৱহ বানত নিখোঁজ নলবাৰীৰ এগৰাকী


নলবাৰী, ২৯ আগষ্ট (হি.স.)। নেপালৰ ভয়াৱহ বানত নিখোঁজ নলবাৰীৰ এগৰাকী৷

নিখোঁজ নলবাৰী অৰৰাৰ অৰুণ মহন্ত৷

কৰ্মসূত্ৰে নেপালত আছিল অৰুণ মহন্ত৷

কৰ্মসূত্ৰে নেপালতে আছিল গাঁৱখনৰ আন ২ গৰাকী ব্যক্তি৷

আন দুগৰাকীৰ সম্ভেদ লাভ কৰিছে পৰিয়ালৰ লোকে৷

পঙ্কজ বৰ্মন আৰু সমৰ বেজবৰুৱাৰ সন্ধান লাভ কৰিছে পৰিয়ালে

কিন্তু এই পৰ্যন্ত সন্ধান ওলোৱা নাই অৰুণ মহন্তৰ৷

নিখোঁজ অৰুণ মহন্তক লৈ উদ্বিগ্ন পৰিয়ালৰ লোক৷

বিগত ছমাহ ধৰি কৰ্মসূত্ৰে নেপালত আছিল অৰুণ মহন্ত৷

আনহাতে নলবাৰী মেডিকেল কলেজৰ অধ্যাপক ডা: তীৰ্থা চলিহাৰ সন্ধান লাভ কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande