শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনা
শোণিতপুৰৰ, ২৯ আগষ্ট (হি.স.)। শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনা ।শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। বালিপৰাৰ দৈনিক বজাৰৰ সন্মুখত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটি
শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনা


শোণিতপুৰৰ, ২৯ আগষ্ট (হি.স.)। শোণিতপুৰৰ বালিপৰাত পথ দুৰ্ঘটনা ।শোণিতপুৰৰ বালিপৰাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। বালিপৰাৰ দৈনিক বজাৰৰ সন্মুখত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটি।দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈছে এজন বাইক আৰোহী।বাইক আৰোহী জন বালিপৰাৰ এৰাগাঁওৰ লক্ষ্যজ্যোতি ভূঞা বুলি জানিব পৰা গৈছে।প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে যুৱকজন তেজপুৰ দিশৰ পৰা বালিপৰা অভিমুখে বাইকেৰে আহি থকা অবস্থাত আগে আগে গৈ থকা এখন টমটম হঠাত্ টাৰ্নিঙ কাটি দিয়াত সংঘটিত হয় দুৰ্ঘটনাটি ।ইতিমধ্যে যুৱকজনক বালিপৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande