সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্য়োগত গহপুৰত সাংস্কৃতিক শোভাযাত্ৰা
বিশ্বনাথ, ২৯ আগষ্ট (হি.স.)। তিনিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে গহপুৰত অনুষ্ঠিত হোৱা সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অধিবেশনৰ আজি অন্তিম দিন। আজি অন্তিম দিনা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় গহপুৰৰ নগৰৰ মাজেৰে। শোভাযাত্ৰাত অংশ লয় সদৌ অসম
সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্য়োগত গহপুৰত সাংস্কৃতিক শোভাযাত্ৰা


বিশ্বনাথ, ২৯ আগষ্ট (হি.স.)। তিনিদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে গহপুৰত অনুষ্ঠিত হোৱা সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ অধিবেশনৰ আজি অন্তিম দিন। আজি অন্তিম দিনা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় গহপুৰৰ নগৰৰ মাজেৰে। শোভাযাত্ৰাত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকা আৰু অভিনেত্ৰী যশশ্ৰী ভূঞাই।

প্ৰায় ৪৫ টা সাংস্কৃতিক দলে অংশ লয় এই শোভাযাত্ৰাত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande