ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীত বিএছএফ ৰ অভিযানত ১৩ টা চোৰাং গৰু- মহ জব্দ
ধুবুৰী, আগষ্ট (হি.স.)। ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীত চোৰাং গৰুৰ বিৰুদ্ধে বিএছএফ ৰ অভিযান । অভিযানত নদীৰ মাজত নাও ভৰ্তি ১৩ টাকৈ গৰু- মহ জব্দ বিএছএফ ৰ। সীমান্তৰ ছালাপাৰা বি অ পি''ত বিএছএফে নদী পথত অভিযান চলাই গৰু মহ সমূহ জব্দ কৰ
ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীত বিএছএফ ৰ অভিযানত ১৩ টা চোৰাং গৰু- মহ জব্দ


ধুবুৰী, আগষ্ট (হি.স.)। ধুবুৰীৰ ভাৰত - বাংলাদেশ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীত চোৰাং গৰুৰ বিৰুদ্ধে বিএছএফ ৰ অভিযান । অভিযানত নদীৰ মাজত নাও ভৰ্তি ১৩ টাকৈ গৰু- মহ জব্দ বিএছএফ ৰ। সীমান্তৰ ছালাপাৰা বি অ পি'ত বিএছএফে নদী পথত অভিযান চলাই গৰু মহ সমূহ জব্দ কৰে । উল্লেখ্য যে চোৰাং বেপাৰীয়ে নদী পথেদি বাংলাদেশলৈ চালান দি আছিল ।

বিএছএফ ক দেখি গৰুৰ চোৰাং বেপাৰীয়ে পলায়ন কৰে । পিছত বিএছএফে ১৩ টাকৈ গৰু মহ জব্দ কৰি ফকিৰগঞ্জ আৰক্ষী থানাত চমজাই দিয়ে । ইয়াৰ পিছত আজি গৰু মহ বিলাক বন্দিহানা চিৰাখোৱা গোশালা লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande