শোণিতপুৰৰ ৰঙাপৰাৰ পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ
শোণিতপুৰ, ২৬ আগষ্ট (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাৰ পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ। শোণিতপুৰৰ ৰঙাপৰাৰ ধোলকোবা পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ। প্ৰায় দুদিন ধৰি পামবস্তীত আঘাটপ্ৰাপ্ত হাতীটো বিচৰণ কৰি থকা দেখা পায় স্থানীয় ৰাইজে
শোণিতপুৰৰ ৰঙাপৰাৰ পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ


শোণিতপুৰ, ২৬ আগষ্ট (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাৰ পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ।

শোণিতপুৰৰ ৰঙাপৰাৰ ধোলকোবা পামবস্তীত এটা আঘাটপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ।

প্ৰায় দুদিন ধৰি পামবস্তীত আঘাটপ্ৰাপ্ত হাতীটো বিচৰণ কৰি থকা দেখা পায় স্থানীয় ৰাইজে আমাৰী বনবিভাগক খবৰ দিয়ে। ইতিমধ্যে আমাৰীবাৰী বনবিভাগৰ লোক পামবস্তীত উপস্থিত হৈ আঘাটপ্ৰাপ্ত বনৰীয়া হাতীটোৰ চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande