নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউদলত চলন্ত গাড়ীত লাগিল জুই
নলবাৰী, ২৬ আগষ্ট (হি.স.)। নলবাৰীত অঘটন । নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউদলত সংঘটিত হৈছে এই অঘটন। চলন্ত গাড়ীত লাগিল জুই। এ এছ ২৫ বি চি ৬৩৮৪ নম্বৰৰ খেৰভৰ্তি গাড়ীত লাগিল জুই। ধমধমাৰ পৰা মুকালমুৱালৈ খেৰ লৈ গৈ থকা সময়তে সংঘটিত হল এই ঘটনা। অগ্নি ন
নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউদলত চলন্ত গাড়ীত লাগিল জুই


নলবাৰী, ২৬ আগষ্ট (হি.স.)। নলবাৰীত অঘটন

। নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাউদলত সংঘটিত হৈছে এই অঘটন। চলন্ত গাড়ীত লাগিল জুই। এ এছ ২৫ বি চি ৬৩৮৪ নম্বৰৰ খেৰভৰ্তি গাড়ীত লাগিল জুই।

ধমধমাৰ পৰা মুকালমুৱালৈ খেৰ লৈ গৈ থকা সময়তে সংঘটিত হল এই ঘটনা। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিয়ন্ত্ৰণ কৰে জুই। কৰ্তব্যৰত আৰক্ষীৰ তৎপৰতাত ৰক্ষা পৰিল বাহন সহ চালক

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande