লামডিং লোকো কলনীত ৰহস্যজনকভাৱে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
লামডিং লোকো কলনীত ৰহস্যজনকভাৱে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ।
লামডিং লোকো কলনীত ৰহস্যজনকভাৱে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ


হোজাই, ২৬ আগষ্ট (হি.স.): হোজাই জিলাৰ লামডিং লোকো কলনীত যোৱা কালি মঙলবাৰে সন্ধিয়া ৰহস্যজনকভাৱে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ব্যক্তিজনৰ মৃতদেহ।

মৃত ব্যক্তিজনক ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত বৰ্তমান লামডিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande