(আপডেট) অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা
কামৰূপ, ২৬ আগষ্ট (হি.স.)। অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ বাহনত নিশা অগ্নি সংযোগ। অসম আৰক্ষী বেটেলিয়ানৰ ব্যক্তিগত এল্ট'' বাহন এখন ভস্মীভূত। আপাৰ লাম্পীৰ বেটেলিয়ান কেম্পৰ সমীপত এই অঘটন। খাছী দুৰ্বৃত্তই জ্বলাই দিয়াৰ
অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা


অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা


কামৰূপ, ২৬ আগষ্ট (হি.স.)। অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ লাম্পীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ বাহনত নিশা অগ্নি সংযোগ। অসম আৰক্ষী বেটেলিয়ানৰ ব্যক্তিগত এল্ট' বাহন এখন ভস্মীভূত।

আপাৰ লাম্পীৰ বেটেলিয়ান কেম্পৰ সমীপত এই অঘটন। খাছী দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ। বেটেলিয়ান কেম্পলৈ বাহনখন নিয়া অসুবিধাৰ বাবে পথৰ কাষত ৰাখি থৈছিল। শ্বিলং আৰু যোৰাবাটৰ অনাকাংক্ষিত ঘটনাৰ পিছত সীমান্তত আন এক অঘটন । ঘটনাস্থলীলৈ অসম আৰক্ষীৰ বিষয়া ৰাউনা। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande