বিপিএফ দলে শিক্ষাৰ ক্ষেত্ৰত বিষয়ে ভুমিকা গ্ৰহণ কৰিছে–বিক্ৰম দৈমাৰী
ওদালগুৰি, ২৬ আগষ্ট (হি.স.)। প্ৰমোদ বড়োৰ বড়োফা চুপাৰ ৫০ ঠিকা দি মুনাফা আদায় কৰিছিল সেইবাবে ফ্লপ শ্বো হৈছিল চুপাৰ ৫০ আছিল । এই অভিযোগ বিপিএফ নেতাৰ। হাগ্ৰামা মহিলাৰী নেতৃত্বতাধী বিপিএফ দলে শিক্ষাৰ ক্ষেত্ৰত বিষয়ে ভুমিকা গ্ৰহণ কৰিছে । আইআইটি,এন আইইটি
বিপিএফ দলে শিক্ষাৰ ক্ষেত্ৰত বিষয়ে ভুমিকা গ্ৰহণ কৰিছে–বিক্ৰম দৈমাৰী


ওদালগুৰি, ২৬ আগষ্ট (হি.স.)। প্ৰমোদ বড়োৰ বড়োফা চুপাৰ ৫০ ঠিকা দি মুনাফা আদায় কৰিছিল সেইবাবে ফ্লপ শ্বো হৈছিল চুপাৰ ৫০ আছিল । এই অভিযোগ বিপিএফ নেতাৰ।

হাগ্ৰামা মহিলাৰী নেতৃত্বতাধী বিপিএফ দলে শিক্ষাৰ ক্ষেত্ৰত বিষয়ে ভুমিকা গ্ৰহণ কৰিছে ।

আইআইটি,এন আইইটি, নিট ,চিকিৎসক, জে ই ই আৰু বিটেক আদি পঢ়ি থকা ছাত্র ছাত্রী আগবঢ়াইছে নগত ধন।

বিটিচি প্ৰশাসনিক ব্যৱস্থাত বিটিচিৰ ছাত্র ছাত্ৰী ভবিষ্যতে দ্বায়িত্ব লব পাৰে এই লক্ষ্যৰে এতিয়ালৈ প্ৰায় ৫০ জন ছাত্র ছাত্রীক আগবঢ়ালে এক পৰা পাঁচ লাখলৈ আগবঢ়াইছে নগত ধন।

আজি ভেৰগাঁও সমষ্টিৰ আমগুৰিত নিট শিক্ষাৰ্থী তিনটিছ ৰামচিয়াৰীক নগত তিনি লাখ টকা বিপিএফ যুৱ বাহীনি উপস্থিত হৈ প্ৰদান কৰে এই ধন ।

ধন প্ৰদান কৰি বি পি এফ নেতা বিক্ৰম দৈমাৰীৰ আহ্বান বিটিচি বাসীলৈ আজিৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভবিষ্যত । প্ৰমোদ বড়োৰ চকাৰেও বড়োফা চুপাৰ ৫০ আঁচনি জৰিয়তে ঠিকাদাৰক ঠিকা দি ব্যক্তিগত মুনাফা আদায় কৰি ছাত্র ছাত্রী লৈ আগবঢ়াইছিল এই সুবিধা । কিন্তু হাগ্ৰামা মহিলাৰী নেতৃত্বত যুৱ বাহীনিয়ে শিক্ষাৰ্থীৰ ঘৰত উপস্থিত হৈ অভিভাৱক ধন দি শিক্ষাৰ্থীক আৰু অভিভাৱক প্ৰেৰণা যোগাতোৱেই প্ৰমোদ আৰু হাগ্ৰামা মহিলাৰ প্ৰাথক্য বুলি মন্তব্য কৰে বিক্ৰম দৈমাৰীয়ে।।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande