নুমলীগড়ৰ কাষৰীয়া বংকুৱাল চাপৰিত শোকাৱহ নাওঁ দুৰ্ঘটনা
নুমলীগড়ৰ কাষৰীয়া বংকুৱাল চাপৰিত শোকাৱহ নাওঁ দুৰ্ঘটনা।
নুমলীগড়ৰ কাষৰীয়া বংকুৱাল চাপৰিত শোকাৱহ নাওঁ দুৰ্ঘটনা


গোলাঘাট, ২৬ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া বংকুৱাল চাপৰিত যোৱা কালি মঙলবাৰে আবেলি এক শোকাৱহ নাওঁ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয় ।

নুমলীগড়ৰ কাষৰীয়া বংকুৱাল চাপৰিত সংঘটিত হৈছে এক শোকাৱহ নাওঁ দুৰ্ঘটনা । দুৰ্ঘটনাটোত এগৰাকী মহিলাই প্ৰাণ হেৰুৱায় । মৃত মহিলাগৰাকী উত্তৰ মহুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং ৱাৰ্ডৰ বালিচাপৰি গাঁৱৰ কুলাই লইঙৰ পত্নী চুনুমাই লইং বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande