কামপুৰৰ কলাইখোৱাত পুখুৰীত সলিল সমাধি যুৱকৰ
নগাও, ২৫ আগষ্ট (হি.স.)। কামপুৰৰ কলাইখোৱাত সংঘটিত শোকাৱহ ঘটনা। পথাৰৰ মাজত জে চি বিৰে খান্দি থোৱা পুখুৰীত পৰি এজন যুৱকৰ কৰুণ মৃত্যু। মৃত যুৱক জনক নিজকামপুৰৰ মিঠুন লস্কৰ বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত কঠীয়া আনিবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন
কামপুৰৰ কলাইখোৱাত পুখুৰীত সলিল সমাধি যুৱকৰ


নগাও, ২৫ আগষ্ট (হি.স.)। কামপুৰৰ কলাইখোৱাত সংঘটিত শোকাৱহ ঘটনা। পথাৰৰ মাজত জে চি বিৰে খান্দি থোৱা পুখুৰীত পৰি এজন যুৱকৰ কৰুণ মৃত্যু। মৃত যুৱক জনক নিজকামপুৰৰ মিঠুন লস্কৰ বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত কঠীয়া আনিবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল যুৱকজন।

ইতিমধ্যে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে যুৱক জনৰ মৃতদেহ। সমগ্ৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande