সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাটত ভয়ংকৰ অগ্নিকাণ্ড
গোলাঘাট, ২৫ আগষ্ট (হি.স.)। সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাটত ভয়ংকৰ অগ্নিকাণ্ড। উৰিয়ামঘাট চিকিৎসালয় চৌহদতে দাউ দাউকৈ জ্বলি উঠিল এম্বুলেন্স। ৰখাই থোৱা অৱস্থাতে বাহনখনত হঠাতে লাগে জুই। এএছ ০১ এফ চি ৮৩৩৬ নম্বৰৰ এম্বুলেন্স খন মুহূৰ্তৰ ভিতৰতে ভস্মীভূত
সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাটত ভয়ংকৰ অগ্নিকাণ্ড


গোলাঘাট, ২৫ আগষ্ট (হি.স.)। সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাটত ভয়ংকৰ অগ্নিকাণ্ড।

উৰিয়ামঘাট চিকিৎসালয় চৌহদতে দাউ দাউকৈ জ্বলি উঠিল এম্বুলেন্স।

ৰখাই থোৱা অৱস্থাতে বাহনখনত হঠাতে লাগে জুই।

এএছ ০১ এফ চি ৮৩৩৬

নম্বৰৰ এম্বুলেন্স খন মুহূৰ্তৰ ভিতৰতে ভস্মীভূত চিকিৎসাসেৱাৰ বাহনখন।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

ঘটনা স্থলিত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণকৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande