দৰঙৰ দুনীত বিলাতী সুৰাৰ বিপনি বন্ধৰ দাবীত ৰাজপথত ৰাইজ
দৰং, ২৫ আগষ্ট (হি.স.)। দৰঙৰ দুনীত বিলাতী সুৰাৰ বিপনি বন্ধৰ দাবীত ৰাজপথত ৰাইজ । শতাধিক ৰাইজ দল-সংগঠন পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত উত্তপ্ত পৰিস্থিতি ,চৰকাৰ বিৰোধী শ্ল''গান প্ৰতিবাদকাৰীৰ।
দৰঙৰ দুনীত বিলাতী সুৰাৰ বিপনি বন্ধৰ দাবীত ৰাজপথত ৰাইজ


দৰং, ২৫ আগষ্ট (হি.স.)। দৰঙৰ দুনীত বিলাতী সুৰাৰ বিপনি বন্ধৰ দাবীত ৰাজপথত ৰাইজ ।

শতাধিক ৰাইজ দল-সংগঠন পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত উত্তপ্ত পৰিস্থিতি ,চৰকাৰ বিৰোধী শ্ল'গান প্ৰতিবাদকাৰীৰ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande