নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড
গোলাঘাট, ২৫ আগষ্ট (হি.স.)। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে এখন বাসগৃহ। নিশা এনআৰএলত নাইট ডিউটি কৰি শুই আছিল পৰিয়ালটোৰ এজন সদস্য। হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে যুৱকজনৰ।
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড


গোলাঘাট, ২৫ আগষ্ট (হি.স.)। নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই ভস্মীভূত কৰিলে এখন বাসগৃহ।

নিশা এনআৰএলত নাইট ডিউটি কৰি শুই আছিল পৰিয়ালটোৰ এজন সদস্য। হঠাতে জুইৰ সূত্ৰপাত হৈ ঘৰখন নিমিষতে ভস্মীভূত হয়। কথমপি প্ৰাণৰক্ষা পৰে যুৱকজনৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande