ওদালগুৰিৰ বগৰীবাৰীত গৰু ভৰ্তি পিকআক ভান সহ সন্দেহযুক্ত গৰু চোৰ আটক
ওদালগুৰি, ২৩ আগষ্ট (হি.স.)। ওদালগুৰিৰ বগৰীবাৰীত গৰু ভৰ্তি পিকআক ভান সহ সন্দেহযুক্ত গৰু চোৰ আটক... টংলা থানাৰ অন্তৰ্গত বগৰীবাৰীত ৰাইজৰ সহযোগত সন্দেহযুক্ত তিনিজনক আটক কৰে। পৰিস্থিতি কিছু সময়ৰ বাবে উত্তপ্ত হৈছিল যদিও পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়
ওদালগুৰিৰ বগৰীবাৰীত গৰু ভৰ্তি পিকআক ভান সহ সন্দেহযুক্ত গৰু চোৰ আটক


ওদালগুৰি, ২৩ আগষ্ট (হি.স.)। ওদালগুৰিৰ বগৰীবাৰীত গৰু ভৰ্তি পিকআক ভান সহ সন্দেহযুক্ত গৰু চোৰ আটক...

টংলা থানাৰ অন্তৰ্গত বগৰীবাৰীত ৰাইজৰ সহযোগত সন্দেহযুক্ত তিনিজনক আটক কৰে।

পৰিস্থিতি কিছু সময়ৰ বাবে উত্তপ্ত হৈছিল যদিও পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সন্দেহযুক্ত গৰু চোৰ কেইজনক টংলা আৰক্ষী থানালৈ লৈ যোৱা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande