দৰঙৰ আন্ধেৰীঘাট-খৈৰাবাড়ী সংযোগী পথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
দৰঙ, ২৩ আগষ্ট (হি.স.)। দৰঙ আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন চাৰিচকীয়া বাহনৰ খুন্দাত প্ৰাণ গল এজন পথচাৰীৰ। এএছ-০১-ডিডব্লিউ-৬১০১ নম্বৰৰ চুইফ্ট বাহন খনৰ খুন্দাত থিতাতে নিহত হৈছে ৰূপম ডেকা নামৰ যুৱক জন। আন
দৰঙৰ আন্ধেৰীঘাট-খৈৰাবাড়ী সংযোগী পথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত


দৰঙ, ২৩ আগষ্ট (হি.স.)। দৰঙ আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন চাৰিচকীয়া বাহনৰ খুন্দাত প্ৰাণ গল এজন পথচাৰীৰ। এএছ-০১-ডিডব্লিউ-৬১০১ নম্বৰৰ চুইফ্ট বাহন খনৰ খুন্দাত থিতাতে নিহত হৈছে ৰূপম ডেকা নামৰ যুৱক জন। আন্ধেৰীঘাট-খৈৰাবাড়ী সংযোগী পথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande