সেউজ গোগামুখৰ - ৬ মাহ সম্পূৰ্ণ
ধেমাজি, ২৩ আগষ্ট (হি.স.)। সেউজ গোগামুখৰ - ৬ মাহ সম্পূৰ্ণ । প্ৰতি দেওবাৰ, কোনো চৰকাৰী সহায় নোহোৱাকৈ, আমাৰ গোগামুখৰ এজাক তৰুণ-তৰুণীয়ে নিজৰ চহৰখন নিজে চাফা কৰি আহিছে। আজি ৬ মাহ সম্পূৰ্ণ হ''ল এই গ্ৰীণ ছানডে অভিযানৰ। জুবিন ফেন ক্লাৱৰ সদস্য সকলে জ
সেউজ গোগামুখৰ - ৬ মাহ সম্পূৰ্ণ


ধেমাজি, ২৩ আগষ্ট (হি.স.)। সেউজ গোগামুখৰ - ৬ মাহ সম্পূৰ্ণ । প্ৰতি দেওবাৰ, কোনো চৰকাৰী সহায় নোহোৱাকৈ, আমাৰ গোগামুখৰ এজাক তৰুণ-তৰুণীয়ে নিজৰ চহৰখন নিজে চাফা কৰি আহিছে।

আজি ৬ মাহ সম্পূৰ্ণ হ'ল এই গ্ৰীণ ছানডে অভিযানৰ।

জুবিন ফেন ক্লাৱৰ সদস্য সকলে জুবিন প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন কৰি চাফাই অভিযান নামে।

নলাৰ পৰা আৰম্ভ কৰি গোগামুখ নগৰ খনৰ -সকলো জাবৰ , পৰিষ্কাৰ কৰি আহিছে ।

সকলোৱে সহযোগিতা কৰক

আপুনিও আহক, এটা দেওবাৰ আমাৰ লগত দিয়ক। গোগামুখ আমাৰ, দায়িত্বও আমাৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande