শিৱসাগৰত জিলা বিজেপিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী
শিৱসাগৰ, ২২ আগষ্ট (হি.স.)। শিৱসাগৰত জিলা বিজেপিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কেইবা শতাধিক বিজেপি কৰ্মী। প্ৰতিবাদত অংশগ্ৰহণ বিধায়ক ময়ুৰ বৰগোঁহাইৰ। শিৱসাগৰত হোৱা প্ৰলয়ংকাৰী বানত খতিগ্ৰস্থ ৰাইজক বান সাহা
শিৱসাগৰত জিলা বিজেপিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী


শিৱসাগৰ, ২২ আগষ্ট (হি.স.)। শিৱসাগৰত জিলা বিজেপিৰ উদ্যোগত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত বহিল কেইবা শতাধিক বিজেপি কৰ্মী। প্ৰতিবাদত অংশগ্ৰহণ বিধায়ক ময়ুৰ বৰগোঁহাইৰ। শিৱসাগৰত হোৱা প্ৰলয়ংকাৰী বানত খতিগ্ৰস্থ ৰাইজক বান সাহায্য় প্ৰদানৰ বিষয়ে জিলা উপায়ুক্ত গৰাকীৰ সৈতে আলোচনা কৰিবলৈ হৈ অৱশেষত উপায়ুক্ত গৰাকীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল।

তিনিদিনৰ ভিতৰত বানপীড়িত লোকে ১৫ হাজাৰ টকা নাপালে জিলা আয়ুক্ত মৃদুল যাদৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি অখিল গগৈ সকীয়নি প্ৰদান কৰা ভিডিঅ সামাজিক মাধ্য়মত ভাইৰেল হৈছিল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande