
কোকৰাঝাৰ, ২২ আগষ্ট (হি.স.)। পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ জালত কুখ্যাত গো-মাফিয়া।
কুখ্যাত গো-মাফিয়া জনৰ নাম নুৰ আলম শ্বেইখ।
বহু দিনৰ পৰা আত্ম-গোপন কৰি আছিল গো-মাফিয়া জনে।
অৱশেষত কাজিগাঁও আৰক্ষীয়ে এক সফল অভিযান চলায় কোকৰাঝাৰৰ পৰা আটক কৰে গো-মাফিয়া জনক।
দীৰ্ঘ দিনৰ পৰা চোৰাং গৰু সৰবৰাহৰ লগত জড়িত আছিল গো-মাফিয়াটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা