বালিপৰাত বিষাক্ত ফেটি সাপ উদ্ধাৰ
শোণিতপুৰ, ২২ আগষ্ট (হি.স.)। বালিপৰাত বিষাক্ত ফেটি সাপ উদ্ধাৰ। শোণিতপুৰৰ বালিপৰাত আজি এটা বিষাক্ত ফেটি সাপ উদ্ধাৰ হয়। বালিপৰাৰ কেন্দ্ৰ স্থলৰ প্ৰিয়ঙ্কা হোটেলৰ পিছ ফালে থকা তেখেত সকলৰ মূৰ্গীৰ গড়ালত সোমাই কণী খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি লখৰাৰ বিক
বালিপৰাত বিষাক্ত ফেটি সাপ উদ্ধাৰ


শোণিতপুৰ, ২২ আগষ্ট (হি.স.)। বালিপৰাত বিষাক্ত ফেটি সাপ উদ্ধাৰ। শোণিতপুৰৰ বালিপৰাত আজি এটা বিষাক্ত ফেটি সাপ উদ্ধাৰ হয়।

বালিপৰাৰ কেন্দ্ৰ স্থলৰ প্ৰিয়ঙ্কা হোটেলৰ পিছ ফালে থকা তেখেত সকলৰ মূৰ্গীৰ গড়ালত সোমাই কণী খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি লখৰাৰ বিকি গীল নামৰ ব্যক্তিজনক খবৰ দিয়াত তেখেতে আহি সাপটো উদ্ধাৰ কৰি লৈ যায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande