মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
মৰিগাঁৱ, ২২ আগষ্ট (হি.স.)। মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী । ভূৰাগাঁৱৰ জৰিবৰ গাঁৱৰ জয়নাল আবেদিনক ৫১ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ গ্ৰেপ্তাৰ কৰে ভূৰাগাঁও আৰক্ষীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বনিকৰ নেতৃত্বত নিশা গোপন সূত্ৰৰ
মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী


মৰিগাঁৱ, ২২ আগষ্ট (হি.স.)। মৰিগাঁৱৰ ভূৰাগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী । ভূৰাগাঁৱৰ জৰিবৰ গাঁৱৰ জয়নাল আবেদিনক ৫১ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ গ্ৰেপ্তাৰ কৰে ভূৰাগাঁও আৰক্ষীয়ে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশাল বনিকৰ নেতৃত্বত নিশা গোপন সূত্ৰৰ পমখেদি অভিযান চলাই ধৃত জয়নাল আবেদিনক ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে ধৃত লোকটোৰ পৰা আৰক্ষীয়ে ৩টা ম'বাইল ফোন জব্দ। বৰ্তমান ধৃত জয়নাল আবেদিন আৰক্ষীৰ জিম্মাত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande