শিৱসাগৰত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী
শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। বিধায়কৰ অসন্তুষ্টি থাকিব পাৰে অভিযোগ মুখ্য সচিব, মুখ্যমন্ত্ৰীক জিলা আয়ুক্তৰ বিষয়ে কব পাৰিলেহেঁতেন। ৰাজহুৱাকৈ শিৱসাগৰ জিলা আয়ুক্তক অপমানত আমি দু
শিৱসাগৰত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী


শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। বিধায়কৰ অসন্তুষ্টি থাকিব পাৰে অভিযোগ মুখ্য সচিব, মুখ্যমন্ত্ৰীক জিলা আয়ুক্তৰ বিষয়ে কব পাৰিলেহেঁতেন। ৰাজহুৱাকৈ শিৱসাগৰ জিলা আয়ুক্তক অপমানত আমি দুখ পাইছোঁ বুলি কৰ্মচাৰী সকলে উল্লেখ কৰে ।

জিলা আয়ুক্ত গৰাকীক কোৱা মানে আমি নিশা দিন কষ্ট কৰি কাম কৰি থকা কৰ্মচাৰী সকলক কোৱা। এনেদৰে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ । জিলা আয়ুক্তক অখিল গগৈয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰি বিধায়ক গৰাকীক ক্ষমা খোজাৰ দাবী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande