মেঘালয়ত সংঘটিত ঘটনাৰ পাছত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত সংগ্ৰামী সেনা অসমৰ
শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। মেঘালয়ত সংঘটিত ঘটনাৰ পাছত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত সংগ্ৰামী সেনা অসমৰ অসমৰ পৰ্যটকৰ ওপৰত মেঘালয়ত আক্ৰমণ কৰা , অসমৰ বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰা সকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰাৰ দাব
মেঘালয়ত সংঘটিত ঘটনাৰ পাছত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত সংগ্ৰামী সেনা অসমৰ


শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। মেঘালয়ত সংঘটিত ঘটনাৰ পাছত শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত সংগ্ৰামী সেনা অসমৰ

অসমৰ পৰ্যটকৰ ওপৰত মেঘালয়ত আক্ৰমণ কৰা , অসমৰ বাহন ভাঙি ক্ষতিগ্ৰস্ত কৰা সকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰাৰ দাবী

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত সংগ্ৰামী সেনা অসমে প্ৰতিবাদ সাব্যস্ত কৰি দাহ কৰে কনৰেড চাংমাৰ প্ৰতিমূৰ্তি

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande