নুমলীগড়ৰ কাষৰীয়া গিদিবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ, মন্দিৰ
গোলাঘাট, ২১ আগষ্ট (হি.স.)। নুমলীগড়ৰ কাষৰীয়া গিদিবস্তিত বন্যহস্তীৰ তাণ্ডৱ। গিদিবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ, মন্দিৰ। বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনস্থ গিদিবস্তিৰ। নিশা দুজনীয়া বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ভাঙিলে পবিত্ৰ কুমাৰ নামৰ লোকজনৰ বাসগৃ
নুমলীগড়ৰ কাষৰীয়া গিদিবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ, মন্দিৰ


গোলাঘাট, ২১ আগষ্ট (হি.স.)। নুমলীগড়ৰ কাষৰীয়া গিদিবস্তিত বন্যহস্তীৰ তাণ্ডৱ।

গিদিবস্তিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ, মন্দিৰ। বকিয়াল খণ্ড বন কাৰ্য্যালয়ৰ অধীনস্থ গিদিবস্তিৰ। নিশা দুজনীয়া বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ভাঙিলে পবিত্ৰ কুমাৰ নামৰ লোকজনৰ বাসগৃহ। লগতে এটা দুৰ্গা মন্দিৰো ভাঙি বিধ্বস্ত কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande