মনিপুৰৰ ম্যানমাৰ সীমান্তৰ 'মোৰে'ত অবৈধ মাৰণাস্ত্ৰ জব্দ
ইম্ফল, ২১ আগষ্ট (হি.স.)। মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত নিৰাপত্তা বাহিনীৰ। ভাৰত-ম্যানমাৰ সীমান্তৰ ম''ৰে (Moreh-PS) থানাৰ আৰক্ষী আৰু ৩৬ অসম ৰাইফলছে সীমান্ত চকী ৭২ অঞ্চলৰ বনাঞ্চলত অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ সমুহ। অভিযানত মেগ
মনিপুৰৰ ম্যানমাৰ সীমান্তৰ 'মোৰে'ত অবৈধ মাৰণাস্ত্ৰ জব্দ


ইম্ফল, ২১ আগষ্ট (হি.স.)। মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত নিৰাপত্তা বাহিনীৰ। ভাৰত-ম্যানমাৰ সীমান্তৰ ম'ৰে (Moreh-PS) থানাৰ আৰক্ষী আৰু ৩৬ অসম ৰাইফলছে সীমান্ত চকী ৭২ অঞ্চলৰ বনাঞ্চলত অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ সমুহ।

অভিযানত মেগজিন সহ ১টা এম ১৫ ৰাইফল, ১টা এমএ জি ৩ ৰাইফল, ১টা দেশীয় নিৰ্মিত পিষ্টল, ৬টা চিংগল বেৰেল গান,২টা দেশীয় নিৰ্মিত ৰাইফল, ১টা পইন্ট টু টু ৰাইফল,১০টা ৰেডিঅ চেট,

৫টা ড্ৰোন বোমা. ৫ টা আইডি, ১টা কন্দুৱা গেছ বন্দুক,

২টা গ্ৰেনেড, ৫টা সক্ৰিয় গুলি আৰু বহু আপত্তি জনক সামগ্ৰী জব্দ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande