
ধুবুৰী, ২১ আগষ্ট (হি.স.)। গৌৰীপুৰৰ যুৱকক বহিঃৰাজ্যত হাৰাশাস্তিৰ কৰাৰ অভিযোগ। অসমৰ যুৱকক বহিঃৰাজ্যত হাৰাশাস্তিৰ কৰাৰ অভিযোগ কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ বিপদত পৰিল অসমৰ এগৰাকী যুৱক।
বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা যুৱকজনক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ লগতে ধন চুৰিৰো অভিযোগ উত্থাপন কৰিছে অসমৰ যুৱক আছাদ আলীৰ বিৰুদ্ধে। ইফালে, নিজৰ পুত্ৰক লগত লৈ অসমত উপস্থিত হৈছে ভুক্তভোগী যুৱকজন।ভুল পথে পৰিচালনা কৰি ঘটনা সন্দৰ্ভত ফেচবুক লাইভযোগে ধন লৈ পলায়ন কৰাৰ অভিযোগ ৰাজহুৱা কৰে হাৰিয়ানাত থকা অঞ্জলী ৰয় স্বামী মূলচানে।মাডাৰ নকৰাৰ বাবেই ধন চুৰি কৰি পলায়নৰ অভিযোগ উত্থাপন কৰিছে অসমৰ যুৱক আছাদ আলীৰ বিৰুদ্ধে।সমগ্ৰ ঘটনাৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব কোন সঁচা কোন মিছা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ