ডবকাত মাছ ধৰিবলৈ গৈ মৃত্যু কলেজীয়া ছাত্ৰৰ
হোজাই, ২১ আগষ্ট (হি.স.)। ডবকাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মাছ ধৰিবলৈ গৈ মৃত্যু এজন কলেজীয়া ছাত্ৰৰ। মিকিৰআটী গাঁৱৰ বাসিন্দা তথা ফৈয়াজ আলী চৌধুৰী জুনিয়ৰ কলেজৰ ছাত্ৰ আৰবাচ উদ্দিন । কালি নিশা মাছ ধৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষৰ
ডবকাত মাছ ধৰিবলৈ গৈ মৃত্যু কলেজীয়া ছাত্ৰৰ


হোজাই, ২১ আগষ্ট (হি.স.)। ডবকাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মাছ ধৰিবলৈ গৈ মৃত্যু এজন কলেজীয়া ছাত্ৰৰ। মিকিৰআটী গাঁৱৰ বাসিন্দা তথা ফৈয়াজ আলী চৌধুৰী জুনিয়ৰ কলেজৰ ছাত্ৰ আৰবাচ উদ্দিন । কালি নিশা মাছ ধৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষৰ ছাত্ৰ জন ।

মাছ ধৰিবলৈ যাওঁতে বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ মৃ্তুবৰণ কৰে ছাত্ৰজনে । ছাত্ৰজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande