শিৱসাগৰত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ সেৱনকাৰীক
শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ সেৱনকাৰীক। শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ''লমুখ চাৰিআলিত ড্ৰাগছ সেৱন কৰি আছিল এজন যুৱকে। আৰক্ষীয়ে ড্ৰাগছ সেৱন কৰি থাকোতেই খেদি খেদি আটক কৰে জ্ঞানদীপ নামৰ আমোলাপট্টিৰ যুৱকজনক।গৌৰৱ আৰ
শিৱসাগৰত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ সেৱনকাৰীক


শিৱসাগৰ, ২১ আগষ্ট (হি.স.)। শিৱসাগৰত আৰক্ষীয়ে খেদি খেদি ধৰিলে ড্ৰাগছ সেৱনকাৰীক।

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দ'লমুখ চাৰিআলিত ড্ৰাগছ সেৱন কৰি আছিল এজন যুৱকে।

আৰক্ষীয়ে ড্ৰাগছ সেৱন কৰি থাকোতেই খেদি খেদি আটক কৰে জ্ঞানদীপ নামৰ আমোলাপট্টিৰ যুৱকজনক।গৌৰৱ আৰু ৰাজু নামৰ ড্ৰাগছ সৰবৰাহকাৰী কেইটা সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে।গৌৰৱ আৰু ৰাজু নামৰ যুৱককেইজনে দীৰ্ঘদিন ধৰি শিৱসাগৰত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ হোৱা এখন বেটাৰী ৰিক্সাও জব্দ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande