চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
হোজাই, ২১ আগষ্ট (হি.স.)। চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৭০ টকাত চেনী! ডবকাতো চেনীৰ মূল্যবৃদ্ধি। চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডবকাতো বৃদ্ধি পাইছে চেনীৰ মূল্য । আজিৰ দিনটোতে
চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে


হোজাই, ২১ আগষ্ট (হি.স.)। চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৭০ টকাত চেনী! ডবকাতো চেনীৰ মূল্যবৃদ্ধি। চেনীৰ মূল্য বৃদ্ধিকলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

ডবকাতো বৃদ্ধি পাইছে চেনীৰ মূল্য ।

আজিৰ দিনটোতে চেনী ৬৩ টকা পাইকাৰী আৰু ৭০ টকা খুচুৰা বিক্ৰী হৈছে

উল্লেখ্য যে ১৫ -২০ দিনৰ পৰা চেনীৰ নাটনি দেখুওৱা হৈছিল পাইকাৰী বজাৰত

তাৰ পাছত এইদৰে মূল্যবৃদ্ধি হৈছে বজাৰত

চেনীৰ মূল্য দেখি চকু কপালত উঠিছে গ্ৰাহকৰ

ইপিনে চেনীৰ সমান্তৰালকৈ বৃন্ধাবন চাউলৰো মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে

প্ৰতিবেগ চাউলত ৭০ টকাকৈ মূল্য বৃদ্ধি হৈছে

এইদৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande