ঢকুৱাখনা সোণাৰি চাপৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষীমপুৰ, ২০ আগষ্ট (হি.স.)। ঢকুৱাখনা সোণাৰি চাপৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ। ঢকুৱাখনা সমজিলাৰ অন্তগৰ্ত সোণাৰি চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চেলা চাৰিকড়ীয়াত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো প্ৰতক্ষ্যদৰ্শীয়ে বৰ্তমানো চিনাক্ত কৰি
ঢকুৱাখনা সোণাৰি চাপৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ


লক্ষীমপুৰ, ২০ আগষ্ট (হি.স.)। ঢকুৱাখনা সোণাৰি চাপৰিত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

ঢকুৱাখনা সমজিলাৰ অন্তগৰ্ত সোণাৰি চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চেলা চাৰিকড়ীয়াত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো প্ৰতক্ষ্যদৰ্শীয়ে বৰ্তমানো চিনাক্ত কৰিব সক্ষম হোৱা নায়।

মৃত্যু হোৱা লোকজনৰ বয়স প্ৰায় ৪০ বছৰৰ উৰ্ধ্বৰ বুলি অনুমান কৰিছে স্থানীয় ৰাইজে।

বর্তমানলৈকে লোকজন কোন আৰু কেনেকৈ মৃত্যু হ'ল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষী মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰিছে

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande