অৱশেষত পদুমনি পামগাঁৱত বন্যহস্তীৰ মৃত্যুৰ ৰহস্য ফাদিল,অভিযুক্তক গ্ৰেপ্তাৰ
নগাঁও, ২০ আগষ্ট (হি.স.)। অৱশেষত বুধবাৰে পদুমনি পামগাঁৱত বন্যহস্তীৰ মৃত্যুৰ ৰহস্য ফাদিলৰ পাছতেই তৎপৰ বন বিভাগ। বন্যহস্তীৰ মৃত্যুৰ তদন্ত কৰি বনবিভাগে ৰহস্য় উদঘাটন কৰিব সক্ষম হয়। বিদ্যুৎস্পৃষ্ট কৰি বন্যহস্তীটোক হত্য়া কৰা হৈছিল বুলি বন বিভাগ নিশ্চিত হয়
অৱশেষত পদুমনি পামগাঁৱত বন্যহস্তীৰ মৃত্যুৰ ৰহস্য ফাদিল,অভিযুক্তক গ্ৰেপ্তাৰ


নগাঁও, ২০ আগষ্ট (হি.স.)। অৱশেষত বুধবাৰে পদুমনি পামগাঁৱত বন্যহস্তীৰ মৃত্যুৰ ৰহস্য ফাদিলৰ পাছতেই তৎপৰ বন বিভাগ। বন্যহস্তীৰ মৃত্যুৰ তদন্ত কৰি বনবিভাগে ৰহস্য় উদঘাটন কৰিব সক্ষম হয়। বিদ্যুৎস্পৃষ্ট কৰি বন্যহস্তীটোক হত্য়া কৰা হৈছিল বুলি বন বিভাগ নিশ্চিত হয়। বৃহস্পতিবাৰে মূল অভিযুক্তক আটক বন বিভাগৰ।

বন বিভাগে চামগুৰি আৰক্ষীৰ সহযোগত পদুমনি পামগাঁও স্থিত নিজ বাসগৃহৰ পৰা আটক বলোৰাম কুৰ্মী নামৰ মূল অভিযুক্ত জনক।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande