গোৱালপাৰা জিলাৰ খলিচাভীটা হিন্দু পাৰা–কাতলামাৰী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা
গোৱালপাৰা, ২০ আগষ্ট (হি.স.)। গোৱালপাৰাৰ জিলাৰ খলিচাভীটা হিন্দু পাৰাৰ পৰা কাতলামাৰী সংযোগী পথৰ ভয়ংকৰ অৱস্থাৰ বাবে দীৰ্ঘ দিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ। জিঞ্জিৰাম নৈৰ পাৰে পাৰে গৈ থকা
গোৱালপাৰা জিলাৰ খলিচাভীটা হিন্দু পাৰা–কাতলামাৰী সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা


গোৱালপাৰা, ২০ আগষ্ট (হি.স.)। গোৱালপাৰাৰ জিলাৰ খলিচাভীটা হিন্দু পাৰাৰ পৰা কাতলামাৰী সংযোগী পথৰ ভয়ংকৰ অৱস্থাৰ বাবে দীৰ্ঘ দিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ। জিঞ্জিৰাম নৈৰ পাৰে পাৰে গৈ থকা পথটোৰ আধা অংশ ইতিমধ্যে নৈৰ খহনীয়াৰ কবলত পৰি জিঞ্জিৰাম নৈৰ বুকুত গৈছে।

পথৰ দুৰৱস্থাৰ বাবে মাজে মাজে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। নিমাত বিভাগীয় কৰ্মকৰ্তাৰ লগতে স্থানীয় জনপ্ৰতিনিধি । স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে পথটোৰ মেৰামতি কৰি দি যাতায়তৰ সু-ব্যৱস্থা কৰি দিব লাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande