অসমৰ মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ, বানপানীৰ ক্ষয়-ক্ষতিৰ তথ্য আলোকপাত
গুৱাহাটী/নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ৪৫ মিনিটৰ বাৰ্তালাপ কৰে। মুখ্যমন্ত্রী শৰ্মাই প্রধানমন্ত্রীক অসমৰ ভয়াৱহ
Assam CM Dr Himanta Biswa Sarma was PM Narendra Modi.


গুৱাহাটী/নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই ৪৫ মিনিটৰ বাৰ্তালাপ কৰে।

মুখ্যমন্ত্রী শৰ্মাই প্রধানমন্ত্রীক অসমৰ ভয়াৱহ বানপানীয়ে কৰা ব্যাপক ক্ষয়-ক্ষতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷ তেওঁ প্ৰধানমন্ত্ৰীক বানাক্ৰান্ত অঞ্চল আৰু ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰে।

------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande