চামগুৰিৰ আমলখিত পুখুৰীৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ
নগাঁও, ১৯ আগষ্ট (হি.স.)। চামগুৰিৰ আমলখিত পুখুৰীৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ।চামগুৰিৰ আমলখিত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ। ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শালনা আৰক্ষী। উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় বৰ
চামগুৰিৰ আমলখিত পুখুৰীৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ


নগাঁও, ১৯ আগষ্ট (হি.স.)। চামগুৰিৰ আমলখিত পুখুৰীৰ পৰা অচিনাক্ত মৃতদেহ উদ্ধাৰ।চামগুৰিৰ আমলখিত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ।

ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শালনা আৰক্ষী। উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। মৃতদেহটোৰ পৰিচয় আৰু মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande