
ধুবুৰী, ১৯ আগষ্ট (হি.স.)। গৌৰীপুৰত ড্ৰাগছ বিৰোধী অভিযান।অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন সৰ্বৰাহকাৰী।
ধৃত সৰ্বৰাহকাৰীজন মধুশৌলমাৰী ১ম খণ্ড গাঁৱৰ জাহানুৰ হক।সৰ্বৰাহকাৰীজনৰ পৰা ১৯টা সন্দেহ জনক হেৰোইন ভৰ্তি কইন্টোনা জব্দ ।ড্ৰাগছ খিনিৰ ওজন প্ৰায় ২০.৫৪ গ্ৰাম।সৰ্বৰাহকাৰীজনক আটক কৰি তদন্ত আৰম্ভ আৰক্ষীৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ