বোকাজানৰ ধনশিৰি নদীত যুৱকৰ সলিল সমাধি
কাৰ্বি আংলং, ১৫ আগষ্ট (হি.স.)। বোকাজানৰ ধনশিৰি নদীত এজন যুৱকৰ সলিল সমাধি। যুৱকজনৰ নাম নিখিল বাস্ফৰ বুলি জানিব পৰা গৈছে। ককাকৰ মৃত্যুৰ নীতি-নিয়ম কৰি চুলি কাটি নদীত উটুৱাই দিবলৈ যাওঁতেই নদীত পিচল খাই পৰি উটি যায় নিখিল বাস্ফৰ। ডিফুৰ পৰা এনডিআৰএফ
বোকাজানৰ ধনশিৰি নদীত যুৱকৰ সলিল সমাধি


কাৰ্বি আংলং, ১৫ আগষ্ট (হি.স.)। বোকাজানৰ ধনশিৰি নদীত এজন যুৱকৰ সলিল সমাধি।

যুৱকজনৰ নাম নিখিল বাস্ফৰ বুলি জানিব পৰা গৈছে।

ককাকৰ মৃত্যুৰ নীতি-নিয়ম কৰি চুলি কাটি নদীত উটুৱাই দিবলৈ যাওঁতেই নদীত পিচল খাই পৰি উটি যায় নিখিল বাস্ফৰ। ডিফুৰ পৰা এনডিআৰএফ ৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande