টীয়ক পৌৰসভাৰ উদ্যোগত উদযাপন দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস
যোৰহাট, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে টীয়কতো টীয়ক পৌৰসভাৰ উদ্যোগত উদযাপন কৰা হৈছে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস।পৌৰসভাৰ চৌহদত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰে টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে,স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে কাৰ্যবাহ
টীয়ক পৌৰসভাৰ উদ্যোগত উদযাপন দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস


যোৰহাট, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে টীয়কতো টীয়ক পৌৰসভাৰ উদ্যোগত উদযাপন কৰা হৈছে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস।পৌৰসভাৰ চৌহদত আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰে টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে,স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে কাৰ্যবাহী বিষয়া আৰু উপ পৌৰপতি মাধবী হাজৰিকাই

পৌৰসভাৰ সকলো কৰ্মচাৰীৰ উপস্থিতিত কাৰ্যবাহী বিষয়া আৰু পৌৰপতিয়ে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আৰু দেশৰ প্ৰগতি তথা উন্নয়নৰ ক্ষেত্ৰত সকলোকে অগ্ৰসৰ হবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande