কামপুৰ
নগাঁও, ১৫ আগষ্ট (হি.স.)। কামপুৰত দুই গৰু চোৰ আটক ৷ স্থানীয় লোকৰ সহযোগত কামপুৰ আৰক্ষীয়ে আটক দুই চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুজনক জয়ন্ত লস্কৰ আৰু মনোজ ৰবিদাস বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত চোৰ জয়ন্ত লস্কৰে মনোজ ৰবিদাস নামৰ কিশোৰ জনক ব্যৱহাৰ কৰি
কামপুৰ


নগাঁও, ১৫ আগষ্ট (হি.স.)। কামপুৰত দুই গৰু চোৰ আটক ৷ স্থানীয় লোকৰ সহযোগত কামপুৰ আৰক্ষীয়ে আটক দুই চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুজনক জয়ন্ত লস্কৰ আৰু মনোজ ৰবিদাস বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত চোৰ জয়ন্ত লস্কৰে মনোজ ৰবিদাস নামৰ কিশোৰ জনক ব্যৱহাৰ কৰি কামপুৰৰ বিভিন্ন স্থানত গৰু চোৰ কৰি আহিছিল ৷

বৰ্তমান কামপুৰ আৰক্ষীয়ে দুই চোৰক জেৰা অব্যাহত ৰাখিছে ৷ চোৰ দুজনে স্বীকাৰ কৰা অনুসৰি চুৰি গৰু সমূহ চুবুৰীয়া ৰাজ্য় নাগালেণ্ডলৈ প্ৰেৰণ কৰিছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande