যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন
যোৰহাট, ১৫ আগষ্ট (হি.স.)। যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন। দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়তো স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে
যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন


যোৰহাট, ১৫ আগষ্ট (হি.স.)। যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ত স্বাধীনতা দিৱস পালন।

দেশৰ ৮০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়তো স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীয়ে।

পতাকা উত্তোলন অনুষ্ঠানত কাৰ্যালয়টোৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত দেশৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদসকলক স্মৰণ কৰাৰ লগতে স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande