ডিব্ৰুগড়ৰ জিলাৰ মৰাণ আৰক্ষী থানাৰ প্ৰাংগনতত ৮০ তম স্বাধীনতা দিৱস উদযাপন
ডিব্ৰুগড়, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে মৰাণ আৰক্ষী থানাত ৮০ তম্ স্বাধীনতা দিৱস উদযাপন কৰা হয়।মৰাণ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি ৰঞ্জিত চেতিয়াই জাতীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত মৰাণ থানাৰ আৰক্ষী চক্ৰ বিষয়া ৰাতুল হালৈ মৰাণ আৰক্ষী
ডিব্ৰুগড়ৰ জিলাৰ মৰাণ আৰক্ষী থানাৰ প্ৰাংগনতত ৮০ তম স্বাধীনতা দিৱস উদযাপন


ডিব্ৰুগড়, ১৫ আগষ্ট (হি.স.)। সমগ্ৰ দেশৰ লগতে মৰাণ আৰক্ষী থানাত ৮০ তম্ স্বাধীনতা দিৱস উদযাপন কৰা হয়।মৰাণ আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি ৰঞ্জিত চেতিয়াই জাতীয় পতাকা উত্তোলন কৰে।

এই অনুষ্ঠানত মৰাণ থানাৰ আৰক্ষী চক্ৰ বিষয়া ৰাতুল হালৈ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্টেজিত দেউৰী শান্তি কমিটীৰ সভাপতি খগেন ভৰালী, মৰাণ নাগৰিক সমিতিৰ সদস্য পবিত্ৰ চুতীয়া, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিষয় ববিয়াৰ লগতে সকলোঁ আৰক্ষী বিষয়া আৰু জোৱান তথা মৰাণৰ গণমান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande