নাৰায়ণপুৰৰ বনপূৰৈ জামুগুৰিৰ লতাবাৰী মাথাউৰিত পুনৰ খহনীয়া
লখিমপুৰ, ১৫ আগষ্ট (হি.স.)। নাৰায়ণপুৰৰ বনপূৰৈ জামুগুৰিৰ লতাবাৰী মাথাউৰিত পুনৰ খহনীয়া। পুৱাৰে পৰা ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁতে চপৰা চপৰে খঢ়াইছে মাঠাউৰিটো। কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জামুগুৰিৰ এই খহনীয়া হোৱা স্থান পৰিদৰ্শন
নাৰায়ণপুৰৰ বনপূৰৈ জামুগুৰিৰ লতাবাৰী মাথাউৰিত পুনৰ খহনীয়া


লখিমপুৰ, ১৫ আগষ্ট (হি.স.)। নাৰায়ণপুৰৰ বনপূৰৈ জামুগুৰিৰ লতাবাৰী মাথাউৰিত পুনৰ খহনীয়া।

পুৱাৰে পৰা ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁতে চপৰা চপৰে খঢ়াইছে মাঠাউৰিটো। কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জামুগুৰিৰ এই খহনীয়া হোৱা স্থান পৰিদৰ্শন কৰি জলসম্পদ বিভাগক ক্ষিপ্ৰতাৰে মাঠাউৰিটো খহনীয়া ৰোধৰ ব্যৱস্থা ল'বৰ নিৰ্দেশ দিছিল।আজি পুৱাৰে পৰা হোৱা এই খহনীয়াৰ ফলত শংকিত হৈ পৰিছে জামুগুৰিৰ নদী পৰীয়া ৰাইজৰ লগতে গহপুৰ সমষ্টিৰ বাসিন্দা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande