ডিগবৈত পালন কৰা হ’ল দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস
তিনি চুকীয়া, ১৬ আগষ্ট (হি.স.)। ডিগবৈত গাম্ভীৰ্যৰে পালন কৰা হ’ল দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আজি সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাৰ ডিগবৈ সম-জিলাতো গাম্ভীৰ্য আৰু উছাহ-উদ্দীপনাৰে ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। ডিগবৈ সম-জিলা প্ৰশাসনৰ উদ্যোগত ট
ডিগবৈত পালন কৰা হ’ল দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস


তিনি চুকীয়া, ১৬ আগষ্ট (হি.স.)। ডিগবৈত গাম্ভীৰ্যৰে পালন কৰা হ’ল দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস

আজি সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাৰ ডিগবৈ সম-জিলাতো গাম্ভীৰ্য আৰু উছাহ-উদ্দীপনাৰে ৮০ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।

ডিগবৈ সম-জিলা প্ৰশাসনৰ উদ্যোগত টিংৰাই ৰাজহুৱা খেলপথাৰত ৮০ সংখ্যক স্বাধীনতা দিৱস অনুষ্ঠিত হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে ডিগবৈ সম-জিলাৰ আয়ুক্ত ফিলিছ ভি.এল. এইছ হ্ৰাংচালে পতাকা উত্তোলন কৰে।

দিনজোৰা বনাঢ্য কাৰ্য্যসূচিত ছাত্র ছাত্ৰী সকলে সংস্কৃতিক অনুষ্ঠানত গীত নৃত্য পৰিবেশন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande