
শোণিতপুৰ, ১৫ আগষ্ট (হি.স.)। ৮০ সংখ্যক দিৱসত ৰঙানদী সমষ্টিৰ বাবে বৃহৎ ঘোষনা।
৮০ সংখ্যক স্বাধীনতা দিৱৰ দিনাই নৱগঠিত ৰঙানদী সমষ্টিয়ে লাভ কৰিলে সম জিলা৷
বহু দিনীয়া আশা আকাংক্ষা পুৰণ হ'ল ৰঙানদী সমষ্টি বাসী
আজি ঘোষনা হ'ল
ৰঙানদী সম জিলা হিচাবে৷
মুখমন্ত্ৰীয়ে আজি ঘোষনা কৰিলে ৰঙানদী সম জিলাৰ নাম৷
ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাৰ তৎপৰতাত আজি উক্ত ঘোষণা৷ আজি পুৱা ১২ বজাত বিধায়ক লালুকত উপস্থিত হোৱাৰ পিছতে উদযাপিত হয় আৱতৰীয়া দীপাৱলী৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা